টাঁই-টুঁই
ṭām̐i-ṭum̐i
অৰ্থ
1.
দেখুবাই অস্ত্ৰ জোকৰা কাৰ্য্য
the act of brandishing a weapon in a threatening manner
বি.
2.
কোনো কাম কৰোঁ নকৰোঁকৈ থকা
act of hesitating to do a thing
বি.
3.
মুখেৰে নেমাতি কোনো কথা বুজাবলৈ কৰা হাতৰ অঙ্গ-ভঙ্গি
jesture made by the hands
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ