টলমল
ṭalamala
অৰ্থ
1.
অস্হিৰ; কম্পিত; কঁপি উঠা; যেনে-"সপ্তদ্বীপ বসুমতী টলমল ভৈলা" (ভীম-চৰিত)
agitated; shaken
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ