← ফুৰি যাওক

টল্বল

ṭalbala

অৰ্থ

1.

কঁপৰি; লৰ-চৰ; লৰ-ফৰ

unsteadiness; trembling

বি.

2.

জল্-মল; তিৰবিৰ; কঁপি থকা কান্তি

glitter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টল্বল · অসমীয়া অভিধান