টল্
ṭal
অৰ্থ
1.
তাষি চা; দকৈ গমি চা; কোনো কথাৰ অৰ্থ বা ভাবৰ ভিতৰলৈ প্ৰবেশ কৰ্
to reflect; to apprehend; to comprehend
সক. ধা.
সমাৰ্থক শব্দ
2.
লৰচৰ কৰ্; মন মেল্; ইচ্ছা কৰ্
to move; to set the mind upon; to wish
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ