টপ্টপনি
ṭapṭapani
অৰ্থ
1.
টপটপোবা বা টপটপ কৰা কাৰ্য্য; অক. ধা. টপ্ টপা, টপ্ টপ্ কৰ্ সৰহকৈ ঘনাই কথা ক; বক্বকা; বলক্; লেব্লেবা; কেপ্কেপা
to prattle; to babble
বি.
2.
মাগুৰ, শিঙি আদি সৰু মাছে পানীত মাৰোঁতে হোবাৰ নিচিনা শব্দ কৰ্; যেনে-"পুখুৰীত মাছে টপটপাইছে।" কৱদ.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ