← ফুৰি যাওক

টন্টনীয়া

ṭanṭanīẏā

অৰ্থ

1.

বৰকৈ টনাৰ কাৰণে টান হোবা; ঢিলা নোহোবা; ফিন্দ খাই থকা (জৰী)

drawn tight; tense

বিণ.

2.

টনকিয়াল; টান; দুখ সহিব পৰা

able to bear pain; hardy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ