টঙি
ṭaṅi
অৰ্থ
1.
বৰ ওখ খুঁটা বা গছৰ ডালত সজা সৰু চাং-ঘৰ বা জুপুৰি (হাবিৰ কানৰ খেতি ৰাখিবলৈ বা আন ব্যবহাৰৰ নিমিত্তে সজা)
a high covered platform used for watching crops; a watch-tower
বি.
2.
পাৰই বাহ ল'বৰ কাৰণে বৰ ওখকৈ সাজি দিয়া সৰু চাং-ঘৰ
a dove-cot
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ