টগৰ-বগৰ
ṭagara-bagara
অৰ্থ
1.
লৰক-ফৰক; লৰ-চৰ কৰি কোবা; অনিশ্চিত (কথা)
shifting from one statement to another
বিণ.
2.
আচল অভিপ্ৰায় বা সত্য লুকাবলৈ এবাৰ একপ্ৰকাৰে কৈ পাছত আনপ্ৰকাৰে কোবা কাৰ্য্য; লুটিয়াই কোবা কথা
shifting of statements
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ