← ফুৰি যাওক

টগবগনি

ṭagabagani

অৰ্থ

1.

কঁপনি; থৰক-বৰক কৰা কাৰ্য্য; অস্হিৰৰূপে খোজ কঢ়া কাৰ্য্য

the act of trembling or staggering

বি.

2.

উতলা পানীৰ শব্দ, উতলা পানীত চাউল আদি সিজাৰ শব্দ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ