← ফুৰি যাওক

টকলিয়া

ṭakaliẏā

অৰ্থ

1.

টকালি মাৰ্; তালুত জিভা হেঁচি লগাই মুখৰ ভিতৰলৈ বতাহ টানি হঠাৎ জিবা এফবাই দি "টক্" শব্দ কৰ্; তেনেকুবা শব্দ কৰি আনন্দ, অসন্তোষ বা বিস্ময় প্ৰকাশ কৰ্

to smack or produce a sound by holding fast the tongue to the roof of the mouth and then quickly separating it; to express joy, displeasure or surprise by smacking

অক. ধা.

2.

খোবা বস্ত্তৰ সোবাদ পাই সেই নিচিনা শব্দ কৰ্; তপাল্

to smack the mouth after tasting anything

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ