ঞ
ña
অৰ্থ
1.
ব্যঞ্জনবৰ্ণৰ দশম আখৰ। চ-বৰ্গৰ পঞ্চম আখৰ। এই আখৰ আদিত থকা অসমীয়া শব্দ ব্যবহাৰত নাই।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ