← ফুৰি যাওক

ঝুৰ্

jhur

অৰ্থ

1.

ওলমি থাক্; যেনে-"কটিত কনক কিঙ্কিণী ঝুৰে" (বৰগীত)

to be suspended

অক. ধা.

2.

বৈ পৰ্; যেনে-"গোপিনী-প্ৰেম পৰশি নীৰ ঝুৰয়" (বৰগীত)

to drop down

অক. ধা.

3.

মনত বিষাদ লাগ্; যেনে-"সুমৰি সুমৰি মনঃ ঝুৰয় ঘন ঘনঃ ধৰিতে নপাৰো হিয়া ৰে" (বৰগীত)

to be downcast or aggrieved

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ