← ফুৰি যাওক

জোৰ্

jor

অৰ্থ

1.

আঁট্; যথেষ্ট হ; আবশ্যকৰ সমান হ; যিমান লাগে সিমান হ

to suffice for

সক. ধা.

2.

ব্যাপ্; ভৰি পৰ্

to extend over; to cover

সক. ধা.

3.

ধেনুৰ কাঁড় পাৎ; যেনে-"বাণ জুৰিলে"

to fix to the bow, as an arrow

সক. ধা.

সমাৰ্থক শব্দ

4.

কোনো কাম আৰম্ভ কৰ্

to commence

সক. ধা.

সমাৰ্থক শব্দ

5.

হাবি কাটি পৰিষ্কাৰ কৰ্

to clear (as jungle)

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জোৰ্ · অসমীয়া অভিধান