জোখা
jokhā
অৰ্থ
1.
উচিত পৰিমাণ; ভাগ; গুণ
part; proportion
বি.
2.
আনৰ হতুবাহ জোখ কৰা
to cause to be measured
সক. ধা.
3.
জোখা কাৰ্য্য
act of measuring or weighing
বি.
4.
যাক জোখা হৈছে; . কৱদ
measured; weighed
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ