← ফুৰি যাওক

জেলুকীয়া

অৰ্থ

1.

অলপকৈ তিতি থকাৰ বাবে জেলুকৰ গাৰ দৰে পিছল হোবা; জেকা আৰু পিছল

damp and slippery

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জেলুকীয়া · অসমীয়া অভিধান