← ফুৰি যাওক

জেৰীয়া

jerīẏā

অৰ্থ

1.

পাক লগা; মেৰ খোবা; এৰুবাৰ নোবৰা

entangled; complicated; difficult to separate

বিণ.

2.

বেঁকা ভাবৰ (কথা)

not straightforward

বিণ.

3.

আঁহ থকা (মঙহ); . বি. সূতাত সূতা মেৰ খাই লগা পাক; . ঠেহ; ৰোহ

frbrous as flesh ; an entanglement of threads ; offence taken; umbrage

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ