অব্যাহতে
অৰ্থ
1.
অবিৰোধে; অকুণ্ঠিতভাবে; বিঘিনি বা বাধা নোহোবাকৈ
without opposition or obstruction; freely
ক্ৰি. বিণ.
2.
নিৰাপদে; অনিষ্ট নোহোবাকৈ
without any bodily injury
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ