← ফুৰি যাওক

জুলন-যাত্ৰা

julana-yātrā

অৰ্থ

1.

শাওণ মাহৰ শুক্লা একাদশীৰপৰা পূৰ্ণিমালৈকে হোবা শ্ৰীকৱষ্ণৰ এটা উৎসব।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জুলন-যাত্ৰা · অসমীয়া অভিধান