← ফুৰি যাওক

জুমুৰী

jumurī

অৰ্থ

1.

ঝুমুৰী।

বি.

2.

তললৈ মূৰকৈ চাই যোবা; যেনে-"হুয়া কুজী জুমুৰী অঙ্গক হাতে ঢাকি" (কীৰ্ত্তন)

looking downward

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ