জুন্জুনীয়া
অৰ্থ
1.
জুন্ জুন্ শব্দ কৰা
rattling; tinkling
বিণ.
2.
নীৰস; শুকান
exhausted; dry
বিণ.
3.
ভিতৰৰ সাৰ বস্ত্ত নষ্ট হোবা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
জুন্ জুন্ শব্দ কৰা
rattling; tinkling
বিণ.
নীৰস; শুকান
exhausted; dry
বিণ.
ভিতৰৰ সাৰ বস্ত্ত নষ্ট হোবা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ