← ফুৰি যাওক

জুই লগা

অৰ্থ

1.

দুৰ্ভগীয়া

unlucky

বিণ.

2.

অতিপাত খৰচ কৰি ধন-সম্পত্তি নষ্ট কৰা; ধন উৰুওবা; যেনে-"জুই লগা হাত"

squandering; wasting

বিণ.

3.

একো পাবলৈ নাইকিয়া; যেনে-"জুই লগা ঠাই"

devoid of anything; poor (said of a place)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জুই লগা · অসমীয়া অভিধান