← ফুৰি যাওক

জীয়

jīẏa

অৰ্থ

1.

জী; ছোবালী; যেনে-"তোমাৰ কোমলী জীয়া ভোকে দুখ পায়" (বিয়া-নাম)। "কতো শ্বশুৰীক পঠান্ত জীয়। কান্দন্ত বসি দেব সদাশিব" (কীৰ্ত্তন)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জীয় · অসমীয়া অভিধান