← ফুৰি যাওক

জল্

jal

অৰ্থ

1.

পোহৰ হ; জিলিক্; জুই লাগ্; পোৰ্

to shine; to blaze; to burn

অক. ধা.

সমাৰ্থক শব্দ

2.

বৰকৈ খং কৰ্

to be excited with anger

অক. ধা.

সমাৰ্থক শব্দ

3.

প্ৰখ্যাত হ; সকলোবে জনা হ; প্ৰসিদ্ধ

to be famous

অক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ