← ফুৰি যাওক

জৰি

jari

অৰ্থ

1.

[সং. জটি, জটী] বি. আঁহতৰ নিচিনা এবিধ ওখ ডাঙৰ গছ; পাকৰী [এই গছত লা-পৰুবা পুহি লা জন্মোবা হয়।]

a kind of fig tree; F. Benja or F. Rumphii (Watt) or Ticus infectoria (Gamble)

সমাৰ্থক শব্দ

2.

ৰছী; ফই

rope

বি.

সমাৰ্থক শব্দ

3.

কেইবাদিনলৈও নেৰা-নেপেৰা বৰষুণ

continuous rain for several days

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ