জয়-ধ্বনি
jaẏa-dhbani
অৰ্থ
1.
জিকি বা জয় লাভ কৰি আনন্দ কৰা শব্দ
a shout of victory
বি.
2.
আনন্দ প্ৰকাশ কৰা উচ্চ শব্দ
a shout of joy
বি.
3.
ডাঙৰ মাতেৰে কৰা আশীৰ্ব্বাদ
a loud blessing
বি.
4.
বৰ ডাঙৰ; ডাঙৰ শব্দ উঠা
severe; loud
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ