জপা
japā
অৰ্থ
1.
কাপোৰ সামৰি থোবা বাঁহৰ কাঠীৰে সজা এবিধ ঢাকন থকা সঁজুলি
a kind of covered bamboo basket for keeping clothes
বি.
2.
মুদ্; বন্ধ কৰ্; মোটোকাই ঢাক্
to close; to shut
সক. ধা.
3.
(পু. অ.) জপটিয়া; সামৰ্; এক লগ কৰ্; এজাপৰ ওপৰচ আৰু এজাপ দি ডাঠ বা প্ৰবল কৰ্; যেনে-"বিষ্ণু বৈষ্ণবক জপায়া নিন্দে" (কীৰ্ত্তন)
to gather or include together; to add one fold to another; to reinforce
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ