← ফুৰি যাওক

জপ

japa

অৰ্থ

1.

মনে মনে দেবতাৰ নাম লোবা বা স্মৰণ কৰা কাৰ্য্য; মনতে দেবতাক কৰা উপাসনা; মালা-গুটি বা আঙুলিত লেখি লেখি দেবতাৰ নাম লোবা কাৰ্য্য

uttering prayers inaudibly; uttering the names of gods inaudibly on a rosary or on the joints of fingers

বি.

2.

মনে মনে দেবতাৰ নাম ল বা স্মৰণ কৰ্; মনতে আৰাধনা বা ধ্যান কৰ্

to pray inaudibly; to mediate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ