← ফুৰি যাওক

জন্মে জন্মে

janme, janme

অৰ্থ

1.

প্ৰতি জন্মত

at every birth

ক্ৰি. বিণ.

2.

কোনো জন্মতে; কেতিয়াও

ever

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ