← ফুৰি যাওক

জন-লোক

jana-loka

অৰ্থ

1.

মহামুনি আৰু ব্ৰহ্মাৰ পুত্ৰবিলাক থকা সাত স্বৰ্গৰ এক স্বৰ্গ; যেনে-"জন-লোকে থাকিবন্ত মহামুনিগণ" (অনাদি-পাতন)

one of the seven heavens

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জন-লোক · অসমীয়া অভিধান