জনম
janama
অৰ্থ
1.
জীবন
life
বি.
2.
বহুবাই পিন্ধা মৰাপাট, ফটাকানি আদিৰে তৈয়াৰ কৰি লোবা দীঘল জলহু চোলা
a gown, made of rags, etc.
বি.
3.
বিহা আদিৰ আগত দহিৰ সলনি লগাই ল'বলৈ তৈয়াৰ কৰা গুণ্য আদিৰ দহি
ornamental fringe used at the end of garments
বি.
4.
ঘৰ-বাৰী সজাবলৈ তুলাপাত আদি কাটি কৰা ফুল
ornamental fringe
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ