জনক
janaka
অৰ্থ
1.
যি জন্ম দিয়ে; পিতা
father
বি.
2.
উৎপন্নকাৰী; জন্মোবা; যেনে-"কষ্টজনক"
causing; producing
বি.
3.
মিথিলাৰ ৰজা আৰু ঋষি; সীতাৰ পিতৱ
the sage and king of Mithila and father of Sītā
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ