← ফুৰি যাওক

জড়ীকৱত

jaṛīkawata

অৰ্থ

1.

অচেতন; যেনে - "জড়ীকৱত ভৈল চিত্ত" (ৰত্নাবলী)।

বিণ.

2.

অচেতন; সাৰ নথকা; ঠেৰেঙা

insensible; paralysed; torpid

বিণ.

3.

জড়িত; আবৱত; চাৰিওফালে বেৰা

overwhelmed; surrounded

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ