জৰা
jarā
অৰ্থ
1.
গোটা; সংগ্ৰহ কৰ্; যেনে-"সাতো- দ্বীপা পৱথিবীৰ কটক অপাৰ। তাহাঙ্ক জড়াতে হৈল বিলম্ব আমাৰ" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
to collect
সক. ধা.
সমাৰ্থক শব্দ
2.
এজনী ৰাক্ষসী [প্ৰবাদমতে এই চেৰাশালিত থকা আৰু প্ৰসূতীৰ গৰ্ভৰপৰা ওলোবা তেজ-পূঁজ আদি খায়।]
the name of a Rākṣhasī
বি.
3.
এটা ব্যাধ [কৱষ্ণই বৈকুণ্ঠলৈ ষোবাৰ অলপ আগতে হৈ তেওঁক কাঁড় মাৰে।]
a hunter in Hindu mythology
বি.
4.
বুঢ়া বয়স
old age
বি.
5.
বৱদ্ধ বয়সৰ গতিকে লৰচৰ কৰিব নোবৰা অবস্হা; আলৰ অবস্হা
decrepitude
বি.
6.
এবিধ ডাঠ বাদু থকা গোটা দীঘলীয়া টেঙা [ইয়াৰ টেঙা আৰু-মিঠা দুজাতি।]
a kind of citron
বি.
7.
পেটত নলী থকা দীঘলীয়া লোটা; ভোগজৰা
a kind of water pot with spout
বি.
8.
9.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ