← ফুৰি যাওক

জড়

jaṛa

অৰ্থ

1.

সাৰ নথকা; অচেতন

devoid of sensibility

বিণ.

2.

জীবহীন; অচেতন

inanimate

বিণ.

3.

লৰচৰ কৰিব নোবৰা

unable to move

বিণ.

4.

অচেতন পদাৰ্থ; নিৰ্জীব বস্ত্ত

an inanimate thing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ