← ফুৰি যাওক

জটীয়া

jaṭīẏā

অৰ্থ

1.

শিব; সন্ন্যাসী; যেনে-"এখনে জটীয়া দেখোঁ কি বোল বোলয়" (ভীমচৰিত্ৰ)

Śiva; ascetic

বি.

2.

সুকীয়াকৈ নিজৰ কাৰণে সাঁচি থোবা (ধন, বস্ত্ত); যেনে-"সি মনে মনে টকা জটীয়া কৰিছে"

laying up (money, etc.) for one's own use

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ