জটিল
jaṭila
অৰ্থ
1.
জোঁট লগা; বেগাই মুকলি কৰিব নোবৰা; সহজে বুজিব নোবৰা; দুৰ্বোধ্য
knotty; complicated; difficult to solve
বিণ.
2.
মিশ্ৰ; ভগ্নাংশৰ ওপৰত ভগ্নাংশ থকা (ভগ্নাংশ)
compound (fraction)
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ