জটা
jaṭā
অৰ্থ
1.
জট; ইডালে-সিডালে মেৰ খাই ধৰা চুলি বা শিপা; শিবৰ বা সন্ন্যাসীৰ জঁট
entangled hair or root; matted hair (especially of Śiva or and ascetic)
বি.
2.
(পু. অ.) সক. ধা. যতা; যেনে-"জটাইলন্ত গৈয়া পাছে সকল দেবক" (কৰ্ণপৰ্ব্ব)
to collect; make ready
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ