জঁটলা
অৰ্থ
1.
আউল লগা; জঁট লগা
tangled
বিণ.
2.
ইডালে সিডালে লাগি ধৰা; এডালৰ গাত আন ডাল লগা (বাঁহ আদি)
intertwined as a cane
বিণ.
3.
জঁটীয়া চুলি থকা
having tangled hair
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
আউল লগা; জঁট লগা
tangled
বিণ.
ইডালে সিডালে লাগি ধৰা; এডালৰ গাত আন ডাল লগা (বাঁহ আদি)
intertwined as a cane
বিণ.
জঁটীয়া চুলি থকা
having tangled hair
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ