জঙ্গলী
jaṅgalī
অৰ্থ
1.
হাবিৰ নিচিনা; হাবি থকা; যেনে-"জঙ্গলী মাটি"
covered with jungle
বিণ.
2.
হাবিত থকা; অসভ্য
living in jungle; wild; uncivilized
বিণ.
3.
জঙ্গল বা হাবি- সম্পৰ্কীয়; জঙ্গল তত্ত্বাবধান কৰা বিভাগ সম্বন্ধীয়
belonging or pertaining to the Forest Department
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ