জঘন
jaghana
অৰ্থ
1.
নিতম্ব; কটিদেশ; কঁকালৰ তলৰ পোকৰৰ পাছ ফাল
the hip and loin; the buttocks
বি.
2.
তলপেট; নিতম্বৰ বিপৰীত ফালৰ ভাগ; যেনে-"বলিত বাহু পীন নিতম্ব জঘন" (মা. ক., অৰণ্যকাণ্ড)
the lower part of the belly extending to the vagina
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ