← ফুৰি যাওক

জগাওঁতা

jagāom̐tā

অৰ্থ

1.

কৱদ. টোপনিৰপৰা তোলোঁতা বা সাৰ পোবাওঁতা

one who awakens from sleep

2.

পোবালি জন্ম দিওঁতা মানুহ

one assisting an animal to bring forthe young

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ