← ফুৰি যাওক

জগা

jagā

অৰ্থ

1.

টোপনিৰপৰা তোল্

to awaken

সক. ধা.

2.

মূৰ্ত্তি প্ৰতিষ্ঠা কৰ্

to consecrate an idol

সক. ধা.

3.

পোবালি দি; পোবালি পা; পোবালি জন্ম দি বা উৎপন্ন কৰ্

bring forth (said of animals)

সক. ধা.

4.

মূৰ্ত্তিত প্ৰাণ-প্ৰতিষ্ঠা কৰা কাৰ্য্য।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ