← ফুৰি যাওক

জগৰীয়া

jagarīẏā

অৰ্থ

1.

অপৰাধী; যাক দায়ী কৰা হয়; দোষী

guilty

বিণ.

2.

জগৰ কৰা মতা মানুহ; দোষী মানুহ

an accused man

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ