← ফুৰি যাওক

জগন্নথীয়া

jagannathīẏā

অৰ্থ

1.

জগন্নাথ ক্ষেত্ত্ৰ বা পুৰীৰপৰা অনা; যেনে-"জগন্নথীয়া মলা"

brought from the Jagannatha temple of Puri

বি.

2.

জগন্নাথ ক্ষেত্ৰৰপৰা অহা (ভকত)

one having gone on to pilgrimage to the shrine of Jagannatha

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জগন্নথীয়া · অসমীয়া অভিধান