← ফুৰি যাওক

জগৎ

jagat

অৰ্থ

1.

পৱথিবী আৰু তাত থকা সমুদায় বস্ত্ত; ভুবন

the World

বি.

2.

পৱথিবীৰ সকলো মানুহ; মনুষ্যবৰ্গ

the mankind

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ