জগ্
jag
অৰ্থ
1.
ওপজ্; জন্ম ল; (ইতৰ জন্ত্ত)
to be born
অক. ধা.
2.
পোবালি পা, পোবালি জন্মা (ইতৰ জন্ত্ত)
to give birth to young ones
অক. ধা.
3.
পানীৰ তলৰপৰা ওলা; পানী ফুটি বাহিৰ হ (ঠাই)
to emerge from water
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ