জঁক
jam̐ka
অৰ্থ
1.
মনৰ ভাব আদি অতি প্ৰবল বা তীক্ষ্ণভাবে প্ৰকাশ পোবা অবস্হা
ecstasy; frenzy
বি.
2.
অকস্মাৎ উঠা খং
a sudden fit of anger
বি.
3.
বৰ চোকা ৰাগী থকা বস্ত্ত খোবাৰপৰা, বলিয়া আদিয়ে কামোৰা বা আন ৰোগৰপৰা, বা দেওধনিৰপৰা উঠা কঁপনি আৰু বকনি; জাঁই
a sudden fit or convulsion due to intoxication, attack of a disease or possession by an evil spirit
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ