← ফুৰি যাওক

জঁই পৰ্

jam̐i, par

অৰ্থ

1.

লেৰেলি বা নীৰস হৈ তললৈ দোঁ খাই পৰ্; যেনে-"ৰ'দত গছজোপা জঁই পৰিল"

to be withered

2.

লাজত বা নিৰাশাত তল-মুখ কৰ্; যেনে-"মানুহটো লাজত জঁই পৰিল"

to be abashed; to be crest-fallen

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ