জ
ja
অৰ্থ
1.
ব্যঞ্জন বৰ্ণৰ আঠ সংখ্যাৰ আখৰ
the eighth letter of the consonants
2.
মতা চৰাইৰ মূৰত গজা থিয় পাখি
the crest of a bird
বি.
3.
কুকুৰাৰ মূৰৰ ৰঙা ছাল
a coxcomb
বি.
4.
কোনো কোনো পোকৰ মূৰত থকা দীঘল নোম বা শিং
the crest-like hair or horn on the head of certain insects
বি.
5.
এবিধ দীৰ্ঘতাৰ পৰিমাণ
a measur of length (⅛ of ⅙ of an aṅgula)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ