← ফুৰি যাওক

ছোড়্

choṛ

অৰ্থ

1.

ছাৰ্; ত্যাগ কৰ্; যেনে -"চৈতন্য ছোড়ি কাহে জড়-সেবা" (বৰগীত)

সক. ধা.

2.

গুচা; নষ্ট কৰ্; যেনে -"ছোড় মায়া কৰ দয়া ভৈলো তযু দাস" (কীৰ্ত্তন)

to remove; to cause to leave

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ